Ki Asorit Doya Probhur - Assamese Christian Song Lyrics
Ki Asorit Doya Probhur - Assamese Christian Song Lyrics
কি আচৰিত দয়া প্ৰভুৰ
অধমে পাওঁ মুক্তি
হেৰাইছিলোঁ, তেওঁ পালে মোক,
অন্ধই পালোঁ দৃষ্টি ।
দয়াই শিকায় কৰিব ভয়,
দয়াই ভয় কৰে দূৰ;
দয়াৰ মূল্য গম পালোঁ মই,
হল বিশ্বাস যেতিয়া মোৰ ।
Sadri Christian Song Lyrics
ঢৌ-ধুমুহা, বহু বিপদ
আহিলোঁ মই পাৰ হৈ
দয়াই আনিছে নিৰাপদ
দয়াত যাম ঘৰলৈ ।
তাত বাস হলেও হাজাৰ বছৰ
সূৰ্য্যৰ দৰেই উজ্জ্বল
তেওঁ প্ৰভুৰ গুণ গাম নিৰন্তৰ
চিৰদিন চিৰকাল ।
আশা কৰোঁ সকলোৱে ভাল পালে। এই গান "Ki Asorit Doya Probhur - Assamese Christian Song Lyrics"ৰ যোগেদি ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক।

Comments
Post a Comment