জয়যুক্ত হৈ তেওঁ উঠিল
1.
নিদ্ৰিত হৈ মৈদামত যীচু মোৰ ত্ৰাতা
তিন দিন আছিলে তাত প্ৰভু যীচু
দোহাৰ
জয়যুক্ত হৈ তেওঁ উঠিল
শত্ৰুৰ ওপৰ মহা জয় কৰিল
উঠিল মৈদামৰ দুৰ্ঘোৰ বন্ধন ভাঙি
সাধুগণৰ লগত হল সদায় স্বৰ্গী
তেওঁ উঠিল, তেওঁ উঠিল
হাল্লিলুয়া, তেওঁ উঠিল ।
2.
ব্যৰ্থ চন্তৰীৰ পৰ, যীচু মোৰ ত্ৰাতা
ব্যৰ্থ মৰা মোহৰ, প্ৰভু যীচু ।
3.
মৃত্যুক জয় কৰিলে, যীচু মোৰ ত্ৰাতা
পাপৰ বান্ধ ছিঙিলে, প্ৰভু যীচু ।
1.
নিদ্ৰিত হৈ মৈদামত যীচু মোৰ ত্ৰাতা
তিন দিন আছিলে তাত প্ৰভু যীচু
দোহাৰ
জয়যুক্ত হৈ তেওঁ উঠিল
শত্ৰুৰ ওপৰ মহা জয় কৰিল
উঠিল মৈদামৰ দুৰ্ঘোৰ বন্ধন ভাঙি
সাধুগণৰ লগত হল সদায় স্বৰ্গী
তেওঁ উঠিল, তেওঁ উঠিল
হাল্লিলুয়া, তেওঁ উঠিল ।
2.
ব্যৰ্থ চন্তৰীৰ পৰ, যীচু মোৰ ত্ৰাতা
ব্যৰ্থ মৰা মোহৰ, প্ৰভু যীচু ।
3.
মৃত্যুক জয় কৰিলে, যীচু মোৰ ত্ৰাতা
পাপৰ বান্ধ ছিঙিলে, প্ৰভু যীচু ।
Comments
Post a Comment