বহুতো সময়ত আমি গান কিতাপ লয় ওলাই নাযাওঁ ৷ কৰবাত অকস্মতে গীৰ্জা কৰিব লগীয়া হোৱাত আমাৰ বৰ দিগদাৰ হৈ যায়। সেয়েহে আপোনালোকৰ সুবিধাৰ অৰ্থে এই গান প্ৰস্তুত কৰিলোঁ।
কৰোঁ আমি আৰাধনা
পাহৰি নাযাওঁ প্ৰভু তোমাৰ কৰুণা
কৰোঁ আমি আৰাধনা
ক্ৰুছত মৃত্যু ই যে চিৰ সত্য প্ৰভু
এয়েই পথ, এয়েই জীৱন পাপীৰ প্ৰাণৰ ।
ভক্তিৰে যীচু তোমাক
কৰোঁ আমি আৰাধনা
পাহৰি নাযাওঁ প্ৰভু তোমাৰ কৰুণা
কৰোঁ আমি আৰাধনা
ক্ৰুছত মৃত্যু ই যে চিৰ সত্য প্ৰভু
এয়েই পথ, এয়েই জীৱন পাপীৰ প্ৰাণৰ ।
***ধন্যবাদ***
***ধন্যবাদ***
আশা কৰোঁ সকলোকে ভাল লাগিলে । "Bhoktire Jisu Tumak Koru Ami Aradhana - Assamese Christian Song Lyrics" এই গানৰ যোগেদি ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক।
আপোনাৰ বন্ধুবৰ্গৰ লগত share কৰিব নাপাহৰিব।
আপোনাৰ বন্ধুবৰ্গৰ লগত share কৰিব নাপাহৰিব।
Comments
Post a Comment