*** যীচু ৰজাৰো ৰজা ***
CHO -
যীচু ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু
আমাৰ সবাৰে ত্ৰানকৰ্তা
যীচু খ্ৰীষ্টে আজি মৃত্যুক জিনিলে
পাপৰ বন্ধন নাশি । --- ২
1
পাপীৰ হেতু তেওঁ এৰিলে স্বৰগ
ধৰিলে জনম ধৰণিত --- ২
মৃত্যুদণ্ডৰ পৰা ৰক্ষা কৰি আমাক
দিলে আশা স্বৰগ ধামৰ
পুনুৰথানৰ যোগে --- ।
2
আমাৰ পাপৰ হেতু খ্ৰীষ্টে ভুগিলে
ক্ৰচীয় যাতনা অশেষ। ---- ২
নীৰৱেই সকলোকে আমাৰ কাৰণ সহিলে
যাতে আমি নৱজীৱন পাওঁ
পুনৰূথানৰ যোগে ---- ।
3
দুৰ্ঘোৰ বন্ধন ভাঙি মৃত্যুক জিনিলে
কৰিলে চয়তানক পৰাজয়। -----২
জয়যুক্ত ৰূপে পনৰূথিত হৈ তেওঁ
নিৰ্ভয় দিলে আমাক
পুনৰূথানৰ যোগে
ধন্যবাদ।
CHO -
যীচু ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু
আমাৰ সবাৰে ত্ৰানকৰ্তা
যীচু খ্ৰীষ্টে আজি মৃত্যুক জিনিলে
পাপৰ বন্ধন নাশি । --- ২
1
পাপীৰ হেতু তেওঁ এৰিলে স্বৰগ
ধৰিলে জনম ধৰণিত --- ২
মৃত্যুদণ্ডৰ পৰা ৰক্ষা কৰি আমাক
দিলে আশা স্বৰগ ধামৰ
পুনুৰথানৰ যোগে --- ।
2
আমাৰ পাপৰ হেতু খ্ৰীষ্টে ভুগিলে
ক্ৰচীয় যাতনা অশেষ। ---- ২
নীৰৱেই সকলোকে আমাৰ কাৰণ সহিলে
যাতে আমি নৱজীৱন পাওঁ
পুনৰূথানৰ যোগে ---- ।
3
দুৰ্ঘোৰ বন্ধন ভাঙি মৃত্যুক জিনিলে
কৰিলে চয়তানক পৰাজয়। -----২
জয়যুক্ত ৰূপে পনৰূথিত হৈ তেওঁ
নিৰ্ভয় দিলে আমাক
পুনৰূথানৰ যোগে
ধন্যবাদ।
Comments
Post a Comment