ক্ৰুচতে ক্ৰুচতে যত দেখিলোঁ পোহৰ
হায় হায়, মোৰ প্ৰভু ত্ৰানককৰ্তাই
ভোগ কৰি ঘোৰ মৰণ
দিলে আপোন অমূল্য তেজ
মই অধমৰ কাৰণ ।
দোহাৰ --
ক্ৰুছতেই ক্ৰুছতেই যত দেখিলো পোহৰ
তাত মোৰ পাপৰ বোজা গল বাগৰি
তাত বিশ্বাস কৰি পালোঁ মই দৃষ্টি
আৰু মই এতিয়া সদায় সুখী ৷
মইহে কৰা পাপৰ কাৰণ
প্ৰাণ দিলে দয়াময়
অসীম অনুগ্ৰহ প্ৰেম অপাৰ
কৃপাও তেওঁৰ অগম্য।
মই পাপীৰ মুখ লাজে ঢাকক
কালবাৰীৰ দৰ্শনত
মোৰ চিতো প্ৰেমত মজি যাওক
বৈ যাওক চকুলো মোৰ ।
নদী যেন বলেও চকুৰ লো
নুশুজে ধাৰ প্ৰেমৰ
হে যীচু, মই নিজ প্ৰাণ শোধাওঁঁ
দিবলৈ আন নাই মোৰ ।
ধন্যবাদ ।
আশা কৰোঁ আপোনালোকে নিশ্চয় লাভবান হৈছা।
হায় হায়, মোৰ প্ৰভু ত্ৰানককৰ্তাই
ভোগ কৰি ঘোৰ মৰণ
দিলে আপোন অমূল্য তেজ
মই অধমৰ কাৰণ ।
দোহাৰ --
ক্ৰুছতেই ক্ৰুছতেই যত দেখিলো পোহৰ
তাত মোৰ পাপৰ বোজা গল বাগৰি
তাত বিশ্বাস কৰি পালোঁ মই দৃষ্টি
আৰু মই এতিয়া সদায় সুখী ৷
মইহে কৰা পাপৰ কাৰণ
প্ৰাণ দিলে দয়াময়
অসীম অনুগ্ৰহ প্ৰেম অপাৰ
কৃপাও তেওঁৰ অগম্য।
মই পাপীৰ মুখ লাজে ঢাকক
কালবাৰীৰ দৰ্শনত
মোৰ চিতো প্ৰেমত মজি যাওক
বৈ যাওক চকুলো মোৰ ।
নদী যেন বলেও চকুৰ লো
নুশুজে ধাৰ প্ৰেমৰ
হে যীচু, মই নিজ প্ৰাণ শোধাওঁঁ
দিবলৈ আন নাই মোৰ ।
ধন্যবাদ ।
আশা কৰোঁ আপোনালোকে নিশ্চয় লাভবান হৈছা।
Comments
Post a Comment